জোনাক নাছিল বনত
কন্ঠঃ গায়ত্ৰী হাজৰিকা (Voice: Gayatri Hazarika)
কথাঃ হীৰেন ভট্টাচাৰ্য (Lyrics: Hiren Bhattacharya)
সুৰঃ জয় প্ৰকাশ মেধি (Comopsing: Jay Prakash Medhi)
জোনাক নাছিল বনত
জোনাক নাছিল মনত
জোনাক নাছিল বনত
জোনাক নাছিল মনত
তৰাই তৰাই কথা পাতিছিল
তৰাই তৰাই কথা পাতিছিল
মনৰ গহন কোণত
জোনাক নাছিল বনত
জোনাক নাছিল মনত
সন্ধিয়াৰ কোমল বতাহজাকে
সন্ধিয়াৰ কোমল বতাহজাকে
ঢৌ খেলিছিল সোণৰ আকাশখনত
সন্ধিয়াৰ কোমল বতাহজাকে
ঢৌ খেলিছিল সোণৰ আকাশখনত
জোনাক নাছিল বনত
জোনাক নাছিল মনত
জোনাক নাছিল বনত
জোনাক নাছিল মনত
এটি থুপি তৰাই
সুৰ জুৰিছিল
এটি তৰাই সুৰ জুৰিছিল
তোমাৰ নতুন গানত
জোনাক নাছিল বনত
জোনাক নাছিল মনত
তৰাই তৰাই কথা পাতিছিল
তৰাই তৰাই কথা পাতিছিল
মনৰ গহন কোণত
জোনাক নাছিল বনত
জোনাক নাছিল মনত।
Download Jonak Nasil Bonot by Gayatri Hazarika from album 'Mitha Abekhere' song as MP3:
s