Short Introduction
Gayatri Hazarika |
She received her primary education from T.C. Girls High School and M.P High School. She had achieved the state highest mark in Music in Music. She is an alma mater of the historical Handique Girls’ College and Rabindra Bharati. She is an M.A. in classical music from Rabindra Bharati and M.Mus from Bhatkhande Sangeet Vidyapeeth, Lukhnow.
During her childhood, she received musical education from S. Majumdar. After that, she received the knowledge of Classical music from Dwijen Das of Guwahati, from Gunada Das she received the knowledge of classical and modern music. In this way, she was blessed by Dilip Sharma (Rabindra Music), Ananta Ojha (Bor geet), Pt. Mohanlal Mishra, Pt. Alok Chetarjee, Meera Dutta Rai, and Subir Nandi (Classical and light-classical). Joy Prakash Medhi and Jiten Basumatary also taught her. From the very age of eleven years, she has been performing in the stages. In the year 1992, she was being regarded as the children artist of AIR Guwahati and Guwahati Doordarshan Center.
Albums:
1. 1. Mitha Abekhere (2014), Music Director: Rupam Talukdar: An album of 6 songs.
2. 2. Surar Abekhere (2017), Music Director: Rupam Talukdar: An album of 6 songs.
Popular Songs:
1. 1. Abelir Henguli Akakhe (Lyrics: Kalpana Boruah, Composing: J.P. Das)
2. 2. Iman Semeka (Lyrics: Kajal Sharma, Composing: Kajal Sharma)
3. 3. Jonak Nasil Bonot (Lyrics: Hiren Bhattacharya, Composing: Jay Prakash Medhi)
4. 4. Tumi Ohar Batori Pale (Lyrics: Keshab Dutta, Composing: Manoj Baruah)
5. 5. Tumaloi Mur Morom (Lyrics and Composing: Kajal Sharma)
6. 6. Sora Pate Pate (Lyrics and Composing: Kajal Sharma)
7. 7. Sonowali Sapun (Lyrics: Beena Kakati, Composing: Jirimi Kakati)
8. 8. Jetiya Jonak Namisil (Lyrics: Arup Borthakur, Composing: Monjyotshna Mahanta)
9. 9. Mon Mur Uri Fure (Lyrics and Composing: Kajal Sharma)
1 10. Mathu Ejak Borokhun (Lyrics and Composing: Kajal Sharma)
Prizes and Awards:
1. 1. Gupshup Musical Award (2019): For her brilliant playback music in the movie “Krodh”.
2. 2. 'A’ grade singer (2019): A recognition from the AIR Guwahati.
3. 3. Prag Cine Award (Best Female Playback singer) (2021): For her brilliant performance in the movie “Ratnakar”.
পৰিচয়
গায়ত্ৰী হাজৰিকা অসমৰ এগৰাকী কণ্ঠশিল্পী। তেখেতে মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰিও ভালেসংখ্যক অসমীয়া কথাছবিত গীত
গাইছে। ২০২১ চনত কাঞ্চনসংঘা বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেখেতে
শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখা)ৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰে। অসমীয়া চিৰিয়েল
বৈদেহী, ৰ’দালী, দামিনী, মমতা, পৰিনীতা, আলপনা আদিৰ শীৰ্ষ গীতত
তেখেতে কণ্ঠ নিগৰাইছে। ইয়াৰোপৰি বহুতো অসমীয়া
জনপ্ৰিয় গীতত তেখেতে কণ্ঠ নিগৰাইছে। তেখেতৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম-
‘মিঠা আৱেশেৰে’(২০১৪) আৰু ‘সুৰৰ আৱেশেৰে’(২০১৭)।
গায়ত্ৰী হাজৰিকা |
শিক্ষা জীৱনঃ
স্কুলীয়া শিক্ষা গ্ৰহণ কৰে টি.চি.গাৰ্লছ হাইস্কুল আৰু
এম.পি. হাইস্কুলৰপৰা। মেট্ৰিক পৰীক্ষাত তেখেতে সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ
নম্বৰ পাইছিল। হাজৰিকাই উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা। পৰৱৰ্তী সময়ত কলিকতাৰ
ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰপৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ
পাছত ‘এম. মিউজ’ ডিগ্ৰী লাভ কৰে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লখনৌৰপৰা।
শৈশৱেত তেজপুৰৰ এচ. মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰে।
তাৰ পাছত গুৱাহাটীৰ দ্বিজেন দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত
গুণদা দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক গীতৰ শিক্ষা লাভ কৰে। সেইদৰে দিলীপ
শৰ্মাৰ ওচৰত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা, অনন্ত ওজাৰ ওছৰত বৰগীতৰ
শিক্ষা আৰু পণ্ডিত মোহনলাল মিশ্ৰ, পণ্ডিত আলোক চেটাৰ্জী, মীৰা দত্ত ৰায় আৰু সুবিৰ নন্দীৰ ওচৰত শাস্ত্ৰীয়, লঘু-শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। সেইদৰে তেওঁ জয় প্ৰকাশ মেধি আৰু জিতেন
বসুমতাৰীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰে। তেখেতে প্ৰায় ১১ বছৰমানৰপৰাই মঞ্চত প্ৰথম
গীত পৰিৱেশন কৰে। সেইদৰে ১৯৯২ চনত গুৱাহাটী ৰেডিঅ’ চেণ্টাৰ আৰু গুৱাহাটী দুৰদৰ্শন
কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল।
১. মিঠা আৱেশেৰে, ২০১৪, সংগীত ব্যৱস্থাপক- ৰূপম তালুকদাৰ, ৬টা গীতৰ এটি শ্ৰব্য সংকলন।
২. সুৰৰ আৱেশেৰে, ২০১৭, সংগীত ব্যৱস্থাপক- ৰূপম তালুকদাৰ,৬টা গীতৰ এটি শ্ৰব্য সংকলন।
জনপ্ৰিয় গীতসমূহঃ
১. আবেলিৰ হেঙুলী আকাশে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কল্পনা বৰুৱা, সুৰঃ জে.পি. দাস)[2]
২. ইমান সেমেকা (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
৩. জোনাক নাছিল বনত (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ হিৰেণ ভট্টাচাৰ্য, সুৰঃ জয় প্ৰকাশ মেধি)
৪. তুমি অহাৰ বাতৰি পালে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কেশৱ দত্ত, সুৰঃ মনজ বৰুৱা)
৫. তোমালৈ মোৰ মৰম (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
৬. মন মোৰ উৰি ফুৰে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
৭. মাথোঁ এজাক বৰষুণ (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা)
৮. যেতিয়া জোনাক নামিছিল (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ অৰূপ বৰঠাকুৰ, সুৰঃ মনজ্যোৎস্না মহন্ত)
৯. সৰা পাতে পাতে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা)
১০. সোণৱালী সপোন (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ বীণা কাকতি, সুৰঃ জিৰিমি কাকতি)
বঁটা আৰু সন্মানঃ
১. ২০১৯ চনত তেওঁ কণ্ঠ দিয়া ‘ক্ৰোধ’ বোলছবিৰ সংগীতৰ বাবে বাবে ‘গপচপ মিউজিকেল এৱাৰ্ড’।
২. ২০১৯ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্ৰেড কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।